47
গুৱাহাটীঃ মঙলবাৰে উত্তৰ-পূবত কংগ্ৰেছে দিব পৰিৱৰ্তনৰ হুংকাৰ৷ উত্তৰ-পূববাসীৰ সৈতে আলোচনাত মিলিত হ’ব ৰাহুল গান্ধী৷
উত্তৰ-পূবত সংঘটিত হোৱা ঘটনা তথা পুলৱামাৰ দৰে ঘটনাক লৈ ৰাইজৰ লগত বাৰ্তালাপৰ বাবে আজি উপস্থিত আছিল উত্তৰাখাণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ চন্দ্ৰ সিঙ ৰাৱট৷