48
গুৱাহাটীঃ মঙলবাৰে উত্তৰ-পূবত কংগ্ৰেছে দিব পৰিৱৰ্তনৰ হুংকাৰ৷ উত্তৰ-পূববাসীৰ সৈতে আলোচনাত মিলিত হ’ব ৰাহুল গান্ধী৷ এই বুলি এক সংবাদ মেল যোগে মন্তব্য দিয়ে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমৰ পৰ্যবেক্ষক হৰিশ ৰাৱটে৷
উত্তৰ-পূবত সংঘটিত হোৱা ঘটনা তথা পুলৱামাৰ দৰে ঘটনাক লৈ ৰাইজৰ লগত বাৰ্তালাপৰ বাবে আজি অসমত উপস্থিত আছিল উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ চন্দ্ৰ সিঙ ৰাৱট৷