Home বিশ্বআমেৰিকাৰ কেপিটেল গেজেট কাকতৰ কাৰ্যালয়ত ভয়াবহ আক্ৰমণ, নিহত ৫, আহত ২০

আমেৰিকাৰ কেপিটেল গেজেট কাকতৰ কাৰ্যালয়ত ভয়াবহ আক্ৰমণ, নিহত ৫, আহত ২০

by News Desk
70 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আমেৰিকাৰ মেৰিলেণ্ডস্থিত কেপিটেল গেজেট কাকতৰ কাৰ্যালয়ত অচিনাক্ত বন্দুকধাৰীয়ে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে৷ বন্দুকধাৰীৰ আক্ৰমণত কেইবাগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ এতিয়ালৈ ৫গৰাকী লোকৰ মৃত্যু হোৱা বুলি খবৰ ওলাইছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ ইতিমধ্যে প্ৰায় ২০গৰাকী লোক আহত হৈছে৷ বৃহস্পতিবাৰে এজন লোকক আটক কৰে আৰক্ষীয়ে৷ ঘটনাত আহত লোকক ইউনিৰ্ভাছিটি অৱ মেৰিলেণ্ড মেডিকেল চেণ্টাৰত ভৰ্তি কৰা হয়৷

#ABD'nin #Annapolis kentinde gazete binasına silahlı saldırı düzenlendi! The Baltimore Sun grubuna ait Capital Gazette'ye yönelik saldırıda 5 kişinin öldüğü, çok sayıda yaralının olduğu belirtildi. Bölge şerifi yaptığı açıklamada, saldırganın yakalandığını duyurdu. pic.twitter.com/Hzi4LmyYBI

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0