Home ৰাজনীতি১৯৮৫ত ৰাজীৱ গান্ধীয়ে স্বাক্ষৰ কৰিছিল অসম চুক্তি, কাৰ্যকৰী নকৰিলে, আমি কৰিছোঁঃঅমিত শ্বাহ

১৯৮৫ত ৰাজীৱ গান্ধীয়ে স্বাক্ষৰ কৰিছিল অসম চুক্তি, কাৰ্যকৰী নকৰিলে, আমি কৰিছোঁঃঅমিত শ্বাহ

by News Desk
44 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ চৰকাৰে ইচ্চাছকৃ ভাৱে ৪০ লাখ ধৰ্মীয় সংখ্যালঘূ-ভাষীক সংখ্যালঘূক এনআৰচিৰ পৰা বাদ পেলাইছে বুলি দেশৰ বিৰোধী দলে অভিযোগ উত্থাপন কৰি সদন উত্তাল কৰাৰ লগতে সংসদ ভৱন চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। দেশৰ আটাইকেইটা বিৰোধী দলে প্ৰতিবাদ সাব্যস্ত কৰি এইসকল লোকক হাৰাশাস্তি নকৰি ন্যায় প্ৰদানৰ লগতে সংশোধনী বিধেয়ক আনিবলৈ দাবী জনায়। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, আৰজেডি, বিএছপি, জিডিএছ, টিডিপি, আপৰ সাংসদে সংসদ ভৱন চৌহদৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বৰ্ষাকালীন অধিবেশন উত্তাল কৰি তোলে।

তাৰ মাজতে ৰাজ্যসভাত বিৰোধী দলক তীব্ৰ আক্ৰমণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি কথা ৰাজ্য সভাৰ সাংসদ অমিত শ্বাহে। অমিত শ্বাহে অসম চুক্তি অনুসৰি এনআৰচি উন্নীতকৰণ কৰা হৈছিল বুলি কয়। শ্বাহে কয় যে ১৯৮৫ চনত ৰাজীৱ গান্ধীয়ে স্বাক্ষৰ কৰিছিল অসম চুক্তিৰ। যাৰ দ্বাৰা এনআৰচি কৰা হৈছে। তেওঁলোকে কাৰ্যকৰী নকৰিলে। আমি কৰিছোঁ। কিন্তু কংগ্ৰেছ সাংসদে প্ৰতিবাদ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0