62
আগৰতলাঃ ত্ৰিপুৰা বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগ লগে বিজেপিয়ে ত্ৰিপুৰা দখলৰ বাবে উঠি-পৰি লাগিছে৷ দেওবাৰে দুখনকৈ বৃহৎ সভা অনুষ্ঠিত কৰি বিজেপিয়ে ৰণডংকা বজাই৷ সভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ৷ অমিত শ্বাহে ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে চিটফাণ্ড কেলেংকাৰীৰ তদন্ত কৰিব বুলি ঘোষণা কৰে৷
