57
ডিজিটেল ডেস্কঃ কৰ্ণাটকত সমাগত বিধানসভাৰ নিৰ্বাচন৷ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে নেতা-পালিনেতাৰ বাক-বিতণ্ডাৰ যুঁজ৷ ভোটাৰক আকৃষ্ট কৰিব পৰাকৈ ৰাজনৈতিক দলসমূহে চলাইছে ন ন কুচ-কাৱাজ৷ সাধাৰণ ৰাইজক মোহিত কৰিবলৈ নেতাসকলে দিছে সমস্যা পূৰণৰ ন ন আশ্বাস৷
Few more pictures from the roadshow in Shivamogga, Karnataka. pic.twitter.com/STNlbgut4u