Home ৰাজনীতি‘বিজেপি অসংবেদনশীল’ নহয়, বিজেপিৰ সভাপতি অমিত শ্বাহে মুকলি পত্ৰৰে উভতি ধৰিলে চন্দ্ৰবাবু নাইডুক

‘বিজেপি অসংবেদনশীল’ নহয়, বিজেপিৰ সভাপতি অমিত শ্বাহে মুকলি পত্ৰৰে উভতি ধৰিলে চন্দ্ৰবাবু নাইডুক

by News Desk
52 views
A+A-
Reset

ডিজিটেল ডেস্কঃ এনডিএ-কেন্দ্ৰৰ বিজেপি চকাৰৰ অন্যতম সহযোগী টিডিপি দলে দীৰ্ঘিদিন ধৰি অন্ধ্ৰপ্ৰদেশ ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। কেন্দ্ৰীয় চৰকাৰে এই দাবী পূৰণ নকৰাত চন্দ্ৰবাবু নাইডুৰ দল টিডিপিয়ে এনডিএ-বিজেপি মিত্ৰজোঁটৰ পৰা আতৰি যায়। ৰাজ্যসভা আৰু লোকসভাত অচলাৱস্থাৰ সৃষ্টি কৰে দলটোৱে৷

ইমানে নহয় সংসদত বিজেপিৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে চন্দ্ৰবাবু নাইডুৱে৷ তাৰ পিচতে নাইডুক এখন মুকলি চিঠি লিখি নাইডুৰ অভিযোগৰ উত্তৰ দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে৷ ২৩ মাৰ্চত চন্দ্ৰবাবু নাইডুক পত্ৰ প্ৰেৰণ কৰি এনডিএ ত্যাগ কৰা বিষয়টোক অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0