Home ৰাজনীতিসলনি হ’ব ৰঙিয়াৰ ৰাজনীতিৰ সমীকৰণ, অগপত যোগদান অনন্ত ডেকাৰ

সলনি হ’ব ৰঙিয়াৰ ৰাজনীতিৰ সমীকৰণ, অগপত যোগদান অনন্ত ডেকাৰ

by News Desk
99 views
A+A-
Reset

গুৱাহাটীঃ অবশেষত দেওবাৰে আমবাৰিলৈ আহি আনুষ্ঠানিক ভাৱে অগপ দলত যোগদান কৰিলে একালৰ মাক্সবাদী নেতা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই৷ ৰাজ্যৰ আগশাৰীৰ কমিউনিষ্ট নেতাগৰাকীয়ে যোৱা প্ৰায় ডেৰটা বছৰ চিপিআইএমৰ পৰা আতৰি আছিল যদিও যোৱা কিছুদিনৰ পৰা পুনৰ ৰাজনীতিৰ পথাৰত নামটো চৰ্চালৈ আহে৷ যোৱা ০৮ ফেব্ৰুৱাৰীত অগপৰ যুৱ নেতা তথা কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই অনন্ত ডেকাক ৰঙিয়াৰ বাসগৃহত সাক্ষাৎ কৰিছিল৷

তাৰ পিছতে প্ৰতিচ্ছবি খন স্পষ্ট হৈ পৰিছিল অনন্ত ডেকা যে অগপলৈ আহিব। কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে অনন্ত ডেকাৰ ৰঙিয়াৰ বাসগৃহত উপস্থিত হৈ এঘন্টা সময় গুৰুত্বপূৰ্ণ গোপন আলোচনাত মিলিত ৰঙিয়া গড়কাপ্তানী বিভাগৰ বাংলাত অগপ দলৰ কৰ্মকৰ্তাৰ সৈতে আলোচনাত মিলিত হৈ ঘোষণা কৰিছিল অনন্ত ডেকা অগপলৈ অহাৰ কথা৷ তাৰ পিছতে দেওবাৰে পুৱাই অনন্ত ডেকা অগপৰ কাৰ্যালয়লৈ আহে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0