76
গেইথোৰ্ণঃ একবিংশ শতিকাতো স্থলপথ নোহোৱাকৈয় চলিছে নেডাৰলেণ্ডৰ এখন গাঁও৷ নেডাৰলেণ্ডৰ গেইথোৰ্ণ গাৱঁখনত কেৱল জলপথেৰেই পৰিবহন কৰে গাওঁবাসীয়ে৷ ২৬০০ জনসংখ্যাৰ উক্ত গাওঁখন সৰ্বমূঠ ১৮০ খন দলং আছে৷
অৱশ্যে চাইকেল চলোৱাৰ বাবে কোনোমতে এটা পথ নিৰ্মাণ কৰা হৈছে গাওঁখনত৷ চীনৰ পৰ্যটকৰ মাজত খুবেই জনপ্ৰিয় এই গাওঁ৷ বছৰি প্ৰায় ১৫ হাজাৰৰপৰা ২০ হাজাৰ পৰ্যটকৰ আগমন ঘটে গাওঁখনত৷