Home ৰাজনীতিদেশৰ সাধাৰণ বাজেট দাখিলৰ পূৰ্বে বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হৈছে GST পৰিষদৰ বৈঠক

দেশৰ সাধাৰণ বাজেট দাখিলৰ পূৰ্বে বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হৈছে GST পৰিষদৰ বৈঠক

by News Desk
64 views
A+A-
Reset

ডিজিটেল ডেক্সঃGST-এ বিজেপি দল আৰু চৰকাৰক চিন্তাত পেলাই আহিছে৷ খোদ প্ৰধানমন্ত্ৰী মোডীৰ গৃহ ৰাজ্যৰ ব্যৱসায়ীয়ে ৰাজ পথ উত্তাল কৰি আহিছে GSTৰ বিৰুদ্ধে৷ দেশৰ বিভিন্ন প্ৰান্তত GSTৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা দেখা গৈছিল৷ তাৰ পিছতে চৰকাৰ নৰম হ’বলৈ বাধ্য হৈছিল৷ বিমুদ্ৰাকৰণৰ পিছত দেশত GST প্ৰচলন হয়। GST প্ৰচলন হোৱাৰ পিছৰে পৰা দেশৰ আৰ্থিক অৱস্থা বেয়াৰ ফালে ঢাল খোৱাৰ অভিযোগ উত্থাপন হৈছিল।

দেশৰ ব্যৱসায়ী-ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত জড়িত লোকসকল ক্ৰমান্বয়ে ক্ষোভিত হৈ পৰিছিল। দেশত GSTৰ প্ৰচলন হোৱাৰ পিছতে ব্যাপক সমস্যাত পৰিছিল হাজাৰ হাজাৰ লোক। ২০১৭ বৰ্ষৰ ১ জুলাইত আৰম্ভ কৰা GST-এ হাৰাশাস্তি কৰা বুলি দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছিল। বহু পলমকৈ হলেও বিজেপি চৰকাৰে ব্যৱসায়ী তথা সাধাৰণ লোকক সকাহ দিবৰ বাবে চিন্তা-চিৰ্চা কৰিবলৈ বাধ্য হয় আৰু যোৱা ১০ নৱেম্বৰত বিজেপি চৰকাৰে GSTৰ নীতি-নিয়ম সাল সলনি কৰিবলৈ বাধ্য হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0