newsnextone.com | ডিজিটেল ডেস্কঃ সমুদ্ৰত ডুব যোৱা এখন জাহাজ ৩০০ বছৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল কলম্বিয়াই৷ জাহাজ খনত আছিল গুপ্তধন৷ সাগৰৰ তলিৰ পৰা ৩১০ বছৰ পুৰণি গুপ্তধন সহ উদ্ধাৰ হয় জাহাজখন৷ ১৭ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ১ লাখ ১৫ হাজাৰ কোটি টকাৰ ধন উদ্ধাৰ হয়৷ ক্যাৰিবিয়ান সাগৰত স্পেইনৰ জাহাজত বিপুল পৰিমাণৰ ধনৰ ভাণ্ডাৰ উদ্ধাৰ কৰে ৰবটে৷
An underwater robot named REMUS 6000 helped ID a shipwreck in Colombia with up to $17 billion worth of cargo.