55
ডিজিটেল ডেস্কঃ শনিবাৰে দল এৰাৰ কথা ঘোষণা কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা যশৱন্ত সিনহাই৷ পুত্ৰ বিজেপি দলৰ মন্ত্ৰী হৈ থকাৰ পিছতো জয়ন্ত সিনহাক দলত এৰি বিজেপিৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰে শনিবাৰে৷
Today I am taking 'sanyas' from any kind of party politics, today I am ending all ties with the BJP: Former Finance Minister Yashwant Sinha in Patna. pic.twitter.com/cOvInznyza