70
NewsNextOne.com || ডিজিটেল ডেস্ক:
পৰম্পৰাগত নীতি-নিয়ম অনুসৰি শেষকৃত্য সম্পন্ন হ’ল যুগদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীৰ ৷ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় স্মৃতিস্থলত সকলোৰে উপস্থিতিত শেষকৃত্য সম্পন্ন হ’ল জননেতাগৰাকীৰ ৷
জনসমুদ্ৰৰ পাৰ ভাঙি প্রিয় জননেতাক চিৰ বিদায় জনালে দেশ-বিদেশৰ অগণন গুণমুগ্ধৰ লগতে দেশৰ নেতৃবৰ্গৰ আৰু বহুকেইজন বিদেশৰ প্ৰতিনিধি উপস্থিত থাকে । ৰাষ্ট্ৰীয় নেতাগৰাকীৰ মুখাগ্নি কৰিলে কন্যা নমিতা ভট্টাচাৰ্যই ৷