Home বিশ্বমিলিয়নাৰৰ প্ৰিয় দেশ অষ্ট্ৰেলিয়া

মিলিয়নাৰৰ প্ৰিয় দেশ অষ্ট্ৰেলিয়া

by News Desk
A+A-
Reset
australia

কানবেৰাঃ বিশ্বৰ ধনিক শ্ৰেণীৰ প্ৰিয় দেশ হৈছে অষ্ট্ৰেলিয়া। ২০১৬ বৰ্ষত ১১০০০ মিলিয়নাৰৰ আগমন ঘটিছে দেশখনলৈ। দেশখনৰ উন্নত স্বাস্থ্যব্যৱস্থা আৰু ব্যৱসায়িক সুচলতাৰৰ বাবেই ধনিক শ্ৰেণীৰ প্ৰিয় হৈ পৰিছে দেশখন। এছিয়া মহাদেশৰ প্ৰব্ৰজনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দেশখন। অষ্ট্ৰেলিয়াৰ পিছতেই দ্বিতীয় আৰু তৃতীয় স্থানত থকা দেশ দুখন হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু কানাডা৷ 

আকৌ ইয়াৰ বিপৰীত দৃশ্য দেখা গৈছে ভাৰতত। দেশ এৰিছে ধনাঢ্যই৷ বিশ্বৰ প্ৰথম ৫ খন মিলিয়নাৰৰ বহিৰ্গমন ঘটা দেশৰ ভিতৰত ভাৰত আছে ভাৰতৰ নাম৷ নিউ ৱৰ্ল্ড হেলথৰ সমীক্ষা অনুসৰি ২০১৬ ত প্ৰায় ৬ হাজাৰ ভাৰতীয়ই দেশ এৰিছে। বৰ্তমান ভাৰতত ২৬,৪০০ মিলিয়নাৰ আৰু ৯৫ জন বিলিয়নাৰ আছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0