Home লাইফষ্টাইলঅসমত কিয় বাঢ়িছে তপা লোকৰ সংখ্যা? কোন দেশত আছে সৰ্বাধিক তপা লোক?

অসমত কিয় বাঢ়িছে তপা লোকৰ সংখ্যা? কোন দেশত আছে সৰ্বাধিক তপা লোক?

by News Next One
A+A-
Reset

আপুনি যদি আয়ুষ্মান খোৰানাৰ ‘বালা’ চিনেমাখন চাইছে, তেন্তে এজন তপা মানুহৰ হৃদয়ৰ মৰ্মবেদনা উপলব্ধি কৰাত নিশ্চয় আপোনাৰ কোনো অসুবিধা নহ’ব। তপা হোৱা মানে আজিকালি কেৱল এক শাৰীৰিক সমস্যা নহয়, এয়া যেন এক মানসিক আৰু আৱেগিক সমস্যাও। বিশ্বৰ লাখ লাখ মানুহে আজি এই মানসিক-আৱেগিক সমস্যাৰ সৈতে যুঁজ দিছে। কোনোবাই ধনৰ জোৰত হেয়াৰ ট্ৰান্সপ্লাণ্টৰ দৰে উন্নত চিকিৎসাৰ আশ্ৰয় লৈছে, মধ্যবিত্তই দামী-কম দামী উইগ পিন্ধি নিজৰ ৰূপৰ মান ৰক্ষাৰ চেষ্টা কৰিছে। আৰু যিসকলৰ হাতত টকাৰ অভাৱ, তেওঁলোকে তথাকথিত অচাৰ্য পংকজ পাঠকৰ দৰে কাৰোবাৰ অলৌকিক ঔষধি দাবীৰ পিছত দৌৰি মূৰত চুলি গজোৱাৰ সপোন দেখিছে। তপা মানেই যেন আত্মবিশ্বাসৰ ওপৰত এক প্ৰচণ্ড আঘাত।

অৱশ্যেই বহু দেশত তপাসকলক ‘ব’ল্ড’ দৃষ্টিৰে চোৱা হয়। তপামূৰীয়া ‘ব’ল্ড লুক’ৰে ডুৱাইন জনছন, ভিন ডিজেল, জেছন ষ্টেথাম, ষ্টিভ হাৰ্ভিৰ দৰে চেলিব্ৰিটি যিমান জনপ্ৰিয়, সিমান জনপ্ৰিয়তা হয়তো ভাৰতৰ ঘন চুলিৰ কোনো অভিনেতাই আজিলৈ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0