74
বিহালীঃ তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এমজিভিকে ভানুৰ নাম কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক এসপ্তাহ সময় লাগিব বুলি মন্তব্য কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিপিআইএমএল নেতা বিবেক দাসে।
হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেট ডিগ্ৰীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি দাসে কয় যে এজন ভাৰতীয় মানুহৰ নাম মুখস্থ কৰিবলৈ যদি এসপ্তাহ সময় লাগে তেন্তে তেওঁ কিহৰ ডক্টৰেট ডিগ্ৰীধাৰী?