Home ৰাজনীতিবিলাসীপাৰাত শতাধিক কংগ্ৰেছ কৰ্মীৰ অ গ পত যোগদান ​

বিলাসীপাৰাত শতাধিক কংগ্ৰেছ কৰ্মীৰ অ গ পত যোগদান ​

by News Desk
58 views
A+A-
Reset

বিলাসীপাৰাঃ সমাগত পঞ্চায়ত নিৰ্বাচনত বিলাসীপাৰাত কংগ্ৰেছ (ই) দলৰ ভ্ৰষ্টাচাৰৰ প্ৰতি বিতুষ্ট হৈ আৰু অসম গণ পৰিষদ দলৰ নীতি-আদৰ্শ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰি মুৰ্শিদা আলম আৰু উদমাৰী মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছহিদুল হকৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অ গ পৰ বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ বিলাসীপাৰা জিলা সমিতি ৰ সভাপতি প্ৰশান্ত কুমাৰ বৰুৱা দেৱৰ নেতৃত্বত অ গ প দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

ইয়াৰে ছহিদুল হকক উদমাৰী গাঁও পঞ্চায়তৰ সভাপতি পদত আৰু মুৰ্শিদা আলমক আনন্দ নগৰ বাঙালীপাৰা জিলা পৰিষদৰ সদস্য পদত অ গ পৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0