14
Jun
2019

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা টাউন কমিটিৰ অন্তৰ্গত বিলাসীপাৰা চহৰত প্লেট নন্বৰ বিহীন টটো ৰিক্সা চলাই থকাৰ বাবে আৰক্ষীয়ে শুকুৰাবাৰে বহুত প্লেট নন্বৰ বিহীন টটো ৰিক্সা আটকাধীন কৰিবলগীয়া হৈছে।
উল্লেখ্য যে, পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেৱা সময়ত লক্ষণীয় হ’ব।