Home ৰাজনীতিকৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-বিজেপিৰ ইচ্ছ্যু কি হ’ব…পঢ়ক

কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-বিজেপিৰ ইচ্ছ্যু কি হ’ব…পঢ়ক

by News Desk
52 views
A+A-
Reset

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ দিন তেনেই সমাগত৷ ৰাজ্যখনত নিৰ্বাচন ১২ মে’ত অনুষ্ঠিত হোৱাৰ লগতে ফলাফল ঘোষিত হ’ব ১৫ মে৷ এই কথা মংগলবাৰে ঘোষণা কৰিলে নিৰ্বাচন আয়োগে৷ কৰ্ণাটকত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বৰে পৰা ৰাজনৈতিক দলসমূহে চলাই আছে নিৰ্বাচনী প্ৰচাৰ অভিযান৷ প্ৰচাৰ অভিযানত নেতা-পালিনেতাসকলৰ মাজত চলিছে কথা কথা কটা-কটিৰ খেল৷ সাধাৰণ ভোটাৰক আকৃষ্ট কৰিব পৰাকৈ বিৰোধীদলসমূহে বিচাৰ কৰিছে নেতৃত্বাধীন চৰকাৰখনৰ দোষ গুণ৷ মুঠতে কৰ্ণাটকত এতিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত আছে৷  

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছ-বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ কিয়নো বিগত কেইবছৰৰ পৰা ৰাজ্যখন কংগ্ৰেছৰ দখলত আছে৷ বিজেপিয়ে ৰাজ্যখন নিজৰ দখললৈ আনিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ আনহাতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এছ ডি দেৱগৌড়াৰ নেতৃত্বত জনতা দল ইউনাইটেডেও নিৰ্বাচনত তৃতীয় দল হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লক্ষ্যৰে পূণোদ্যম প্ৰস্তুতি চলাই থকাৰ কথা জানিব পৰা গৈছে৷       

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0