Home ৰাজনীতিদায়িত্বৰ পৰা পলাইছে কেজিৰৱালে, ভৰি জোকাৰি গভৰ্ণৰৰ শীত-তাপ নিয়ন্ত্ৰিত কাৰ্যালয়ত দিছে ধৰ্ণা

দায়িত্বৰ পৰা পলাইছে কেজিৰৱালে, ভৰি জোকাৰি গভৰ্ণৰৰ শীত-তাপ নিয়ন্ত্ৰিত কাৰ্যালয়ত দিছে ধৰ্ণা

by News Desk
54 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপিৰ দিল্লীৰ প্ৰদেশ অধ্যক্ষ মনোজ তিৱাৰীয়ে মঙলবাৰে কয় যে উপ-ৰাজ্যপালৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱাল আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলৰ ধৰ্ণা গণতন্ত্ৰৰ বাবে উপহাস স্বৰূপ৷

কেজিৰৱাল আৰু তেওঁৰ মন্ত্ৰীসভাৰ ৩ গৰাকী মন্ত্ৰীয়ে সোমবাৰৰ পৰা উপ-ৰাজ্যপাল অনিল বৈজলৰ আৱাসত বাহৰ পাতি আছে৷ দিল্লীত ধৰ্মঘট পালন কৰি থকা আইএএছ বিষয়াসকলক কৰ্মত যোগদানৰ বাবে নিৰ্দেশ দিয়া, বিগত ৪ মাহে কৰ্মত বাধা প্ৰদান কৰি অহা আইএএছ বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা আদি দাবী উত্থাপন কৰি দিল্লীৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ ৩ গৰাকী মন্ত্ৰীয়ে উপ-ৰাজ্যপালৰ আৱাসত ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰি আছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0