59
আগৰতলাঃ দেওবাৰে ত্ৰিপুৰাত বিজেপিৰ বিজয় সংকল্প ৰেলী অনুষ্ঠিত হয়৷ আগৰতলাৰ আমবচাকে ধৰি দুখন ঠাইত বৃহৎ সভা ৰেলীত হাজাৰ হাজাৰ লোকে অংশ লয়৷ ৰেলীত অংশ গ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে মানিক সৰকাৰক তীব্ৰ সমালোচনা কৰে৷
