42
গুৱাহাটীঃ দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ গুৱাহাটীত উপস্থিত হয়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটী মহানগৰীৰ খানাপাৰত শনিবাৰে অনুষ্ঠিত হোৱা এখন কৰ্মকৰ্তা সন্মিলনত অংশ লৈ শ্বাহে অহা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলত বিজেপিয়ে ২১ খনতকৈও বেছি আসনত জয়ী হ’ব বুলি কয়৷
শ্বাহে কয়, আগন্তুক ২০১৯ চনৰ নিৰ্বাচনত ২৫ খন আসনৰ ভিতৰত ২১খনকৈও বেছি আসন লাভ কৰিব বিজেপিয়ে৷