70
ডিজিটেল ডেস্কঃ তেলেগু দশম পাৰ্টি চমুকৈ টিডিপি দলৰ আন্দোলনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ দেশৰ সংবাদ মাধ্যমত টিডিপিকলৈ চৰ্চা অব্যাহত আছে৷ বিজেপিৰ নেতৃত্বৰ এনডিএৰ অন্যতম সহযোগী টিডিপিয়ে বিজেপিৰ পৰা সকলো সম্পৰ্ক ছেদ কৰিব খুজিছে৷ অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ৰাজনৈতিক দলটোৱে বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ যাৰ ফলত ছিৰাল ফাট মেলে বিজেপি আৰু টিডিপিৰ সম্পৰ্কত৷
#কি বিচাৰিছে টিডিপিয়ে?