বিজেপি শংকিত নেকি কাৰ্বি পাহাৰত? সঘনে সলনি হৈছে ৰাজনৈতিক দৃশ্য...

Home ৰাজনীতিবিজেপি শংকিত নেকি কাৰ্বি পাহাৰত? সঘনে সলনি হৈছে ৰাজনৈতিক দৃশ্য কাৰ্বি আংলঙত?

বিজেপি শংকিত নেকি কাৰ্বি পাহাৰত? সঘনে সলনি হৈছে ৰাজনৈতিক দৃশ্য কাৰ্বি আংলঙত?

by News Desk
78 views
A+A-
Reset

খেৰণিঃ বিজেপি শংকিত নেকি কাৰ্বি পাহাৰত? সঘনে সলনি হৈছে ৰাজনৈতিক দৃশ্য কাৰ্বি আংলঙত। সঁচাকৈ কাৰ্বি পাহাৰত দল বাগৰা ৰাজনীতিয়ে শংকিত কৰি তুলিছে ইটো দলৰ বিপৰীতে সিটো দলক। এফালে যদি বিজেপিৰ অন্তঃকন্দল অথবা বিজেপি নেতা-কৰ্মীৰ মাজত সংঘাত সৃষ্টি হৈ নেতাসহ হাজাৰ হাজাৰ লোকে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰি বিজেপিত ভাবুকিৰ সৃষ্টি কঢ়িয়াই আনিছে, ঠিক একেদৰে বহু প্ৰভাৱশালী কংগ্ৰেছ নেতাৰ নেতৃত্বত বহুলোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা কাৰ্য্যই কংগ্ৰেছ দুৰ্গক দুৰ্বল কৰাৰ বিপৰীতে ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। 

এনেবোৰ বিষয়ৰ প্ৰতি লক্ষ্য কৰি কাৰ্বি পাহাৰত কংগ্ৰেছৰ সমান্তৰালকৈ শাসক দল বিজেপিয়েও সমগ্ৰ পাৰ্বত্য জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত মাৰাথান নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। গুৰুত্বপূৰ্ণ বিষয় যে কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ ভোটাৰ তালিকাৰ পৰা অনাকাৰ্বিৰ নাম কৰ্তনৰ ফলত যি সমস্যাৰ সৃষ্টি হৈছে অথবা কাৰ্বি আংলঙৰ বড়োসকলক এছ টি হিলছ’ৰ মৰ্যদা প্ৰদানৰ ক্ষেত্ৰত কৰা বিৰোধিতাই লোকসভা নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব পাৰে নেকি বাৰু বিজেপিত? ডিফু সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলি বিজেপিয়ে দাবী কৰি অহাৰ পিছতো এনেবোৰ বিষয়ক লৈ প্ৰকৃততে বিজেপি শংকিত নেকি কাৰ্বি পাহাৰত? এনে বহুবোৰ প্ৰশ্নৰ উদয় হৈছে এতিয়া কাৰ্বি পাহাৰৰ জনতাৰ মনত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0