anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ চীনৰ ৰাজধানী বেইজিঙত ভাৰতীয় দূতাবাসৰ সমীপত বোমা বিস্ফোৰণৰ খবৰ আহিছে। 

জানিব পৰা মতে, আমেৰিকা আৰু ভাৰতৰ দূতাবাসৰ সমীপতে বোমা বিস্ফোৰণ সংঘটিত হৈছে। 

বৃহস্পতিবাৰে পুৱাই এই বিস্ফোৰণ সংঘটিত হয়। কিন্তু কোনো লোক হতাহত হোৱা নাই। বেইজিং আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি আছে বুলি মিডিয়াত খবৰ প্ৰকাশ হৈছে।