79
ডিজিটেল ডেস্কঃ ন’বেল বঁটাপ্ৰাপ্ত অৰ্থনীতিবিদদ্বয় অভিজিত বেনাৰ্জী আৰু তেওঁৰ পত্নী এষ্টাৰ ডুফ্লই বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী আইন(কা) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(এন আৰ চি) উন্নীতকৰণৰ৷ দেশজুৰি “কা” আৰু এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে প্ৰসিদ্ধ অৰ্থনীতিবিদ দুগৰাকীয়ে এই দুয়োটা পদক্ষেপৰ বিৰোধিতা কৰিছে৷