Home ৰাজনীতিপাঞ্জাৱত এতিয়া কেপ্টেইনৰাজ, ৮ বিধায়কেৰে শপতগ্ৰহণ অমৰিন্দৰৰ

পাঞ্জাৱত এতিয়া কেপ্টেইনৰাজ, ৮ বিধায়কেৰে শপতগ্ৰহণ অমৰিন্দৰৰ

by News Desk
73 views
A+A-
Reset

পাতিয়ালাঃ পাতিয়ালৰ ৰাজপৰিয়ালৰ পুত্ৰ অমৰিন্দৰ সিঙে বৃৃহস্পতিবাৰে দিনৰ ১০ বাজি ঠিক ১৬ মিনিটত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। জ্যোতিষিৰ মতে হেনো সেয়াই শুভ সময় আছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ। নবজোৎ সিং সিদ্ধু, মনপ্ৰীত বাদল আদিকে ধৰি মুঠ ৮ জন অইন মন্ত্ৰীয়েও আদি কেপ্টেইন সিঙৰ সৈতে একেলগে শপতগ্ৰহণ কৰে।

‘পাঞ্জাৱত এতিয়া আটাইতকৈ ভয়ংকৰ সমস্যা হৈছে নিচাযুক্ত দ্ৰব্যৰ।’ এই মন্তব্য কৰা সিঙে উক্ত ব্যাধি দুৰ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব বুলি অংগাকাৰ কৰে। উল্লেখ্য যে এয়া দ্বিতীয়বাৰৰ বাবে সিঙ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হৈছে। ১১৭ আসনৰ পাঞ্জাৱত ৭৭ খন আসন দখল কৰা কেপ্টেইন সিঙে দেশৰ অৰ্থনৈতিক সংস্কাৰ কৰাৰ কথাও দোহাৰে।   

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0