Home ৰাজনীতিচৰাইদেউত মন্ত্ৰী হিমন্তক প্ৰত্যাহ্বান আমছুৰ

চৰাইদেউত মন্ত্ৰী হিমন্তক প্ৰত্যাহ্বান আমছুৰ

by News Desk
67 views
A+A-
Reset

চৰাইদেওঃ চৰাইদেউৰ সোণাৰিত আমছুৱে আজি এক সংবাদমেল অনুস্থিত কৰে। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উক্ত সংবাদমেলখন সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়। 

আমছু জাতীয় সংগঠন হয় নে নহয় তাৰ প্ৰমাণ পত্ৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া অধিকাৰ নাই। নিজে দল-বাগৰা নেতা হৈ আনক সমালোচনা কৰাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ। চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আমছুৰ কেন্দ্ৰীয় সভাপতিয়ে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে আমছুক সমালোচনা কৰাৰ প্ৰত্যুত্তৰ হিচাপে এনেদৰে কয়। সংবাদমেলত আমছুৰ সভাপতিগৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত এক অস্থিৰ পৰিৱেশৰ সূচনা কৰিবলৈ আমছুক সমালোচনা কৰা বুলি উল্লেখ কৰি আমছু এন আৰ চিৰ বিৰোধী নহয় বুলি মন্তব্য কৰে। আনহাতে এন আৰ চি ৰূপায়ণৰ নামত খাটিখোৱা কোনো ভাৰতীয় নাগৰিকক অত্যাচাৰ নকৰিবলৈও আমছুৰ সভাপতিগৰাকীয়ে আহ্বান জনায়|

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0