72
ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনৰ ফলত অস্বাভাৱিক ৰ’দ-বতাহ-বৰষুণ-বানপানীৰ লগতে মানুহৰ খং-ৰাগতো প্ৰভাৱ পেলাব পাৰে বুলি আপুনি জানি থওক।
মাৰ্কিন বৈজ্ঞানিকৰ গোট এটাই এই কথা শেহতীয়াকৈ প্ৰকাশ কৰিছে যে ঘৰুৱা হিংসা, শাৰীৰিক-মানসিক আতিশায্য, বাহিৰা পৃথিৱীৰ হিংসাত্মক ঘটনা আদিৰ সৈতে জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্ক সমানুপাতিক।