58
ডিজিটেল ডেক্সঃ ছ’চিয়েল মিডিয়া ইতিবাচক নে নেতিবাচক? এই প্ৰশ্ন উত্থাপন হৈ অহাৰ সময়তে এটা আত্মহত্যাৰ বাতৰিয়ে ব্ৰিটেইন আৰু ভাৰতক জোকাৰি গৈছে।
ব্ৰিটেইনৰ ৰাজধানী লণ্ডনৰ উত্তৰত দিশে অৱস্থিত হেম্পষ্টীডৰ হেনৰিয়ট্টা বাৰ্নেট স্কুলৰ চৌহদত ১৪ বছৰীয়া এলেনা মণ্ডলৰ নিথৰ দেহ এজন শিক্ষকে প্ৰথমে প্ৰত্যক্ষ কৰে।