Home ৰাজনীতিনিমাওমাও পৰিৱেশে বিৰাজ কৰিছে দিল্লীস্থ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত, কৰ্ণাটকৰ নিৰ্বাচনত পৰাজয় স্বীকাৰ কংগ্ৰেছৰ

নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে দিল্লীস্থ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত, কৰ্ণাটকৰ নিৰ্বাচনত পৰাজয় স্বীকাৰ কংগ্ৰেছৰ

by News Desk
A+A-
Reset
congress-office

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাত কংগ্ৰেছে বিজেপিতকৈ বহুখিনি পিছ পৰি ৰৈছে৷ এইবাৰ কৰ্ণাটকৰ ভোটাৰে ৰাজ্যখনত পৰিবৰ্তনৰ আশাৰে বিজেপিক ভোটদান কৰাত কংগ্ৰেছ আশাহত হৈছে৷ যাৰ ফলত নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে৷

জানিব পৰা মতে, দিল্লীস্থ আকবৰ ৰোডৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে কোনো জ্যেষ্ঠ নেতাৰ উপস্থিতি পৰিলক্ষিত হোৱা নাই৷ কেইজন সংবাদদাতা আৰু দলৰ সাধাৰণ কৰ্মচাৰীৰ বাহিৰে মুখ্য কাৰ্যালয়ৰ চৌহদত কোনো জ্যেষ্ঠ নেতাৰ উপস্থিতি নেদেখি কংগ্ৰেছে কৰ্ণাটক নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰি লোৱা যেন অনুমান হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0