ডিজিটেল ডেস্কঃ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে মহাভিযোগক লৈ কংগ্ৰেছত মতবিৰোধ স্পষ্ট হৈ পৰিছে।  

⇒ কংগ্ৰছৰ জ্যেষ্ঠ নেতাই নকৰিলে স্বাক্ষৰ। 

⇒ দিল্লীত ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুক লৈ সংবাদমেল। 

⇒ মহাভিযোগৰ অভিপ্ৰায়ৰ ওপৰত মনমোহন সিঙকে ধৰি দুই প্ৰাক্তন আইন মন্ত্ৰীৰ প্ৰশ্ন উত্থাপন। 

⇒ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম আৰু কংগ্ৰেছৰ দলৰ সাধাৰণ সচিব দ্বিগবিজয় সিঙে নকৰিলে স্বাক্ষৰ। 

⇒ কংগ্ৰেছকে ধৰি সাতটা দলৰ পৰা সংগৃহীত ৭৯ টা স্বাক্ষৰ।            

⇒ চলমান খুৰ্ছীদে ক’লে মহাভিযোগ দুৰ্ভাগ্যজনক। 

⇒ আপ, ডিএমকে, টিএমচিৰ বিৰোধ