63
newsnextone.com | ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত এনপিপি, ইউডিপি, বিজেপি আৰু এনএইচপিডিপিৰ চৰকাৰ চলি থকাৰ মাজতে উপ-নিৰ্বাচনত কংগ্ৰেছে শেষ হাঁহি মাৰে।
বিজেপি দল শাসনাধিষ্ঠিত হৈ থকাৰ সময়তে চমক দেখুৱাবলৈ সক্ষম হ’ল কংগ্ৰেছেও৷ মেঘালয়ৰ ৫৩ নং আমপাটি সমষ্টিত অনুষ্ঠিত হৈ যোৱা বিধানসভা উপ নিৰ্বাচনৰ বৃহস্পতিবাৰে ফলাফল ঘোষণাত কংগ্ৰেছে সমষ্টিটোত বিজয় সাব্যস্ত কৰে৷