68
গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলত লাল পতাকা, হাতৰ ঠাইত গেৰুৱা পতাকা উৰিব নেকি? এই কথাক প্ৰতিপন্ন কৰিব মাথো কেইটামান ঘন্টাৰ পিছত৷ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত শনিবাৰে পুৱাৰে পৰা ভোট গণনা অনুষ্ঠিত হ’ব৷ বিজেপিয়ে দাবী কৰা মতে তিনিওখন ৰাজ্যত গেৰুৱা পতাকা উৰিব৷ ইপিনে চিপিআইএমে ত্ৰিপুৰাত লাল পতাকা আৰু মেঘালয়ত হাতে শেষ হাঁহি মাৰিব বুলি দাবী কৰে৷
Will #Nagaland go in BJP-NDPP's kitty?