26
Jun
2017

Image for Representation
সোমবাৰে নিউয়ৰ্কৰ এখন পাৰ্কত গণ্ডোলা ৰাইডৰ মাজতে অকস্মাৎ ওপৰৰ পৰা তললৈ সৰি পৰে এগৰাকী কিশোৰী। ২৫ ফুট উচ্চতাৰ পৰা তলত পৰি যোৱা কিশোৰীগৰাকীক পাৰ্কখনৰ কৰ্মচাৰী আৰু দৰ্শনাৰ্থীসকলে শূন্যতে উদ্ধাৰ কৰে। ভয়াৱহ ঘটনাটোৰ ভিডিঅ' চাবলৈ তলত ক্লিক কৰক।