Home বাণিজ্যক্ৰিপ্টোকাৰেন্সিয়ে সলাই পেলাব বিশ্ব! আপোনাৰ জীৱনত কি কি প্ৰভাৱ পৰিব?

ক্ৰিপ্টোকাৰেন্সিয়ে সলাই পেলাব বিশ্ব! আপোনাৰ জীৱনত কি কি প্ৰভাৱ পৰিব?

by News Desk
A+A-
Reset
cryptocurrency-nno-assam

নিৰ্বাচনী প্ৰচাৰৰ সময়ত আমেৰিকাক বিশ্বৰ ‘ক্ৰিপ্টো কেপিটেল’ হিচাপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছিল ড’নাল্ড ট্ৰাম্পে। সেয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ জয়ৰ লগে লগে বিটকইনৰ মূল্যই ৮০ হাজাৰ ডলাৰ (ভাৰতীয় টকাৰ হিচাপত ৬৭ লাখ টকা) অতিক্ৰম কৰে। 

বিশ্বৰ বহুল প্ৰচলিত ক্ৰিপ্টোকাৰেন্সি বিটকইনৰ মূল্য চলিত বৰ্ষত ৮০ শতাংশৰো অধিক বৃদ্ধি পাইছে। কেৱল বিটকইনেই নহয়, ডগকইনৰ দৰে ক্ৰিপ্টোকাৰেন্সিৰ মূল্যৰো চলিত বৰ্ষত যথেষ্ট উত্থান ঘটা পৰিলক্ষিত হৈছে। ট্ৰাম্প সমৰ্থক ইলন মাস্কে ডগকইনৰ প্ৰচাৰ আৰু প্ৰসাৰত আগভাগ লোৱাৰ পিছতে এইবিধ ক্ৰিপ্টোকাৰেন্সিক লৈয়ো সমগ্ৰ বিশ্বতে কোটি কোটি লোক আগ্ৰহী হৈ পৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0