newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত ৭ ৰিখটাৰ স্কেলৰ ভূমিকম্প অনূভুতঃ হোৱাৰ পিছতে ব্যাপক ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। লম্বক বেলী দ্বীপ আৰু দেশৰ আন আন ঠাইত তীব্ৰ জোকৰণি মৰাত ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে এতিয়ালৈ ৩৭ গৰাকী লোকৰ মৃত্যু হোৱা বুলি চৰকাৰী সুত্ৰই প্ৰকাশ কৰে।
বৰ্তমানেও উদ্ধাৰ অভিযান চলি থকাৰ লগতে দেশত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। বহু আট্টালিকা খহি পৰে। আট্টালিকাত বৰ্তমানেও বহু লোক আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।