ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ ধৰৱাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ‘ধৰ্ণা’ত বহে৷ অমিত শ্বাহক সংগ দিয়ে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই৷ কংগ্ৰেছৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যা আৰু বিভেদৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি দেশব্যাপি ‘ধৰ্ণা’ত বহে বিজেপিয়ে আন্দোলন কৰাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অনশনত বহে৷
विपक्ष द्वारा संसद में गतिरोध उत्पन्न कर देश की विकास यात्रा को बाधित करने के विरोध में प्रधानमंत्री श्री नरेन्द्र मोदी के नेतृत्व में भाजपा के सांसद देश भर में दिनांक 12 अप्रैल 2018 को प्रात: 10 से सायं 5 बजे तक ‘लोकतंत्र बचाओ उपवास एवं धरना’ कार्यक्रमों में भाग लेंगे। pic.twitter.com/A9PUf84AcD