53
ডিব্ৰুগড়ঃ আগন্তুক লোকসভাৰ প্ৰথম পৰ্যায় নিৰ্বাচনৰ দিনলৈ মাজত মাত্ৰ কেইটামান দিন আছে। এনে সন্ধিক্ষণত প্ৰতিটো ৰাজনৈতিক দলে নিজ দলৰ মনোনীত প্ৰাৰ্থীগৰাকী জয়ী কৰিবলৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছে।
শনিবাৰে লাহোৱাল সমষ্টিৰ অন্তৰ্গত লাহোৱালৰ মটক চাহ বাগিচা খেলপথাৰত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়।