কংগ্ৰেছ প্ৰাৰ্থী বিৰেণছিং ইংতিলৈ এইচএছডিচি-চিপিআই(এমএল)ৰ সমৰ্থন

Home ৰাজনীতিকংগ্ৰেছ প্ৰাৰ্থী বিৰেণছিং ইংতিলৈ এইচএছডিচি-চিপিআই(এমএল)ৰ সমৰ্থন

কংগ্ৰেছ প্ৰাৰ্থী বিৰেণছিং ইংতিলৈ এইচএছডিচি-চিপিআই(এমএল)ৰ সমৰ্থন

by News Desk
80 views
A+A-
Reset

ডিফুঃ লোকসভা নিৰ্বাচনত ৩ নং স্বায়ত্ত শাসিত ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বীৰেনছিং ইংতিলৈ নি:চৰ্ত সমৰ্থন জনাইছে কাৰ্বি আংলং জিলাৰ বিৰোধী ৰাজনৈতিক দল এইচডিচি আৰু চিপিআই(এমএল) তথা সহযোগী দল-সংগঠনসমূহে৷

দ্বিতীয় পৰ্যায়ত ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ বাবে এই সমৰ্থনে বিশেষ তাৎপৰ্য বহন কৰিছে৷ এজনৰ পাছত আনজন বিজেপিৰ প্ৰভাৱশালী নেতাই দল এৰি কংগ্ৰেছ দলত যোগদান কৰাৰ সময়তে আজি আঞ্চলিক দল এইচএছডিচি আৰু চিপিআই(এমএল)এ কংগ্ৰেছ দললৈ সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0