Home ভাইৰেলবিয়া কেতিয়া পাতিবা? সুধি বিপদত নপৰিব

বিয়া কেতিয়া পাতিবা? সুধি বিপদত নপৰিব

by News Desk
A+A-
Reset
mengandung2

ডিজিটেল ডেস্কঃ কুৰিতে বুঢ়ি বুলি কৈ ছোৱালীক সোনকালেই বিয়া দিয়াৰ প্ৰৱণতা এটা আগৰপৰাই আছে। কলেজ গৰকাৰ দিনৰ পৰাই আৰম্ভ হয় ছোৱালীবোৰক অতীষ্ঠ কৰি তোলা প্ৰশ্ন- বিয়া কেতিয়া? ল’ৰাৰ বেলিকাও তেনে এক প্ৰশ্ন আহে ৩০ বছৰৰ আশে-পাশে। নাতিয়েকৰ মুখ চোৱাৰ আশা পালি থকা ককা-আইতাকৰ পৰা আৰম্ভ কৰি বিয়াখন পাতি দি দায়িত্ব সামৰিব বিচৰা অভিভাৱকৰ সংখ্যা একেবাৰেই তাকৰ নহয়। আকৌ ওচৰ-চুবুৰীয়া আছেই!

কিন্তু তেনে এক প্ৰশ্নৰে চুবুৰীয়াই ব্যতিব্যস্ত কৰাৰ পৰিণাম কি হ’ব পাৰে তাৰেই এক উদাহৰণ হৈ পৰিছে ইণ্ডোনেছিয়াৰ এটা ঘটনা। কামপুং পাছীৰ জং নামৰ ঠাইত ফৈয়েজ নাৰ্দিন নামৰ এগৰাকী ২৮ বছৰীয়া এজন যুৱকে ঘৰৰ বাৰান্দাত বহি থাকোতে চুবুৰীৰে মহিলা এগৰাকীয়ে তেওঁক কেতিয়া বিয়া পাতিব, সময়ত বিয়া নাপাতিলে কি কি সমস্যা হ’ব আদি বিষয়ে কৈ আছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0