70
ডিজিটেল ডেস্কঃ প্ৰৱল ভূমিকম্পই কঁপাই থৈ গ’ল মেক্সিকো চহৰ। মঙলবাৰে ৭.১ ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ এটা ভূমিকম্পই পলকেত মেক্সিকো চহৰখন ধ্বংসস্তূপত পৰিণত কৰে।
আন্তঃৰাষ্ট্ৰীয় তথ্য মতে, ভূমিকম্পটোৰ ফলত চহৰখনত বহুতো ক্ষতিসাধন হোৱাৰ লগতে প্ৰায় ১০০ গৰাকী লোক মৃত্যুমুখত পৰে। এই প্ৰৱল ভূমিকম্পটোৰ প্ৰভাৱ ছান জুআন ৰাবচ অঞ্চলত ৪.৫ কিলোমিটাৰ আৰু দক্ষিণ-পশ্চিম পুইৱেল অঞ্চলত প্ৰায় ৫৫ কিলোমিটাৰলৈকে বিয়পি পৰে।