newsnextoneনতুন দিল্লী ৬অক্টোৱৰঃ ভাৰতৰ নিৰ্বাচনী আয়োগে দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ আজি ঘোষনা কৰিব৷দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ওমপ্ৰকাশ ৰাৱাটে মিজোৰাম,ৰাজস্থান ছত্তিশগড় আৰু তেলেঙ্গানা এই চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষনা কৰিব বুলি জানিব পৰা গৈছে৷
নির্বাচনৰ দিন ঘোষণাৰ লগে লগে এই ৰাজ্যসমুহত নির্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ যাব৷৷ইফালে নিৰ্বাচনৰ দিন ওচৰচাপি অহাৰ লগে লগে দেশৰ ৰাজনৈতিক দলবিলাকে তেঁওলোকৰ তৎপৰতা বৃদ্ধি কৰা দেখা গৈছে৷