Home ৰাজনীতিকংগ্ৰেছ এতিয়া পুৰণি নোট,অচল টকা–মন্ত্ৰী হিমন্ত

কংগ্ৰেছ এতিয়া পুৰণি নোট,অচল টকা–মন্ত্ৰী হিমন্ত

by News Desk
A+A-
Reset
himanta

নলবাৰীঃ কংগ্ৰেছ এতিয়া পুৰনি নোট,অচল টকা এই বিষ্ফোৰক মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মাৰ । অাজি বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক খেল পথাৰত অনুষ্ঠিত বিজেপিৰ বিশাল নিৰ্বাচনী সভাত মূখ্য অতিথি হিচাপে অসম চৰকাৰৰ বিত্ত,স্বাস্থ্য তথা গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি কেতবোৰ বিষ্ফোৰক মন্তব্য অাগবঢ়াই। বিজেপিক শেষ কৰিৱলৈ অালফাক অাদৰিব বিচৰা হৈছে । বদৰউদ্দিন অাজমলক মূখ্যমন্ত্ৰী পাতিবলৈ একাংশই ষড়যন্ত্ৰ চলাই অাছে । তেওঁ কয় যে-হিন্দুত্ব  থাকিলেহে মুচলমান,খ্ৰীষ্টান শান্তিত থাকিৱ বুলি মন্তব্য কৰে । https://youtu.be/qEXikkmjA1k

নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত স্থানীয় বিধায়ক নাৰায়ন ডেকা, নলবাৰী বিধায়ক অশোক শৰ্ম্মাৰ লগতে  বিজেপিৰ বৰভাগ জিলা পৰিষদৰ প্ৰাৰ্থী পদুমি কলিতাৰ লগতে বৰভাগ বিজেপিৰ সকলো নেতা-কৰ্মীৰ লগতে লক্ষী কলিতা, নৱ তালুকদাৰ সহ সহস্ৰাধিক লোকৰ সমাগম ঘটে। পোন প্ৰথম বাৰৰ বাবে হেলিকাপ্তাৰত উঠি আহি নলবাৰীৰ নিৰ্বাচনী সভাত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা নেদাৰ অাহ্বায়ক হিমন্ত বিশ্ব শৰ্ম্মাই অংশ গ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0