67
ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনাৰ অন্তত বৃহস্পতিবাৰে ঘোষণা হ’ল উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ নিৰ্বাচনৰ দিন৷
ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড নিৰ্বাচনৰ দিন ঘোষণা কৰে দেশৰ নিৰ্বাচন আয়োগ৷ ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত ভোটদান অনুষ্ঠিত হ’ব, ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড-মেঘালয়ত একেটা দিনতেই ভোটদান অনুষ্ঠিত হ’ব৷