Home বিশ্বইউৰোপীয়ান সংঘ ত্যাগ ইংলেণ্ডৰ, প্ৰতিবাদমুখৰ লণ্ডনৰ ৰাজপথ

ইউৰোপীয়ান সংঘ ত্যাগ ইংলেণ্ডৰ, প্ৰতিবাদমুখৰ লণ্ডনৰ ৰাজপথ

by News Desk
83 views
A+A-
Reset

লণ্ডনঃ প্ৰতিবাদকাৰীৰে প্ৰতিবাদেৰে উত্তাল হ’ল লণ্ডনৰ ৰাজপথ৷  ইউৰোপীয় সংঘৰ পৰা ইংলেণ্ড ওলাই অহাৰ প্ৰতিবাদতে এই বিক্ষোভ প্ৰদৰ্শন কৰে সহাশ্ৰাধিক লোকে৷ প্ৰতিবাদকাৰীসকলে ইংলেণ্ডক ইউৰোপীয় সংঘত থাকিবলৈ দাবী জনায়৷

উল্লেখ যে প্ৰায় ৪৮ শতাংশ লোকে ইংলেণ্ডক ইউৰোপীয় সংঘত থকাৰ সপেক্ষে মতদান কৰিছিল৷ দুদিন পূৰ্বেই দেশখনৰ প্ৰধানমন্ত্ৰীয়ে উল্লেখ ঘোষণা কৰিছিল যে ইউৰোপীয় সংঘ এৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0