Manthan - Episode-3

#মন্থন, খণ্ড-৩ঃ গুৱাহাটী বিশ্ব বিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মানৱজ্যোতি কলিতা আৰু নেচনেল হিউমেন ৰাইটছ কমিচন এণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচনৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদিকা হাচিনা আহমেদৰ সৈতে ছাত্ৰৰ সমস্যা-শিক্ষাৰ সমস্যা সন্দৰ্ভত কথা পাতিছে newsnextone.comৰ মুখ্য সম্পাদক ড০ দীনেশ বৈশ্যই৷