► ৰহাত এটা পৰিয়াল সন্ধানহীন। 

► ৰহাৰ প্ৰমিলা-পুঠিমাৰিত এই ঘটনা। 

► মায়ঙৰ পৰা পুঠিমাৰিৰ শহুৰেকৰ ঘৰলৈ আহিছিল স্বামী-স্ত্ৰী-কন্যা। 

► মঙলবাৰে শহুৰেকৰ ঘৰৰ পৰা স্বগৃহলৈ ওভতাৰ পথত নিৰুদ্দেশ পৰিয়ালটো। 

► সন্ধানহীন সুনীল বিশ্বাস, তুলসী বিশ্বাস আৰু এবছৰীয়া কন্যা পায়েল বিশ্বাস। 

by NNO Digital Correspondent #Raha