72
গুৱাহাটীঃ বৃহস্পতিবাৰে বিধায়কে মন্ত্ৰীৰূপে শপত লৈ থকাৰ সময়তে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে দলৰ ৰাজ্যিক নীতি নৰ্ধাৰণ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে আৰু আমিনুল হক লস্কৰে হজ সমিতিৰ পৰা পদত্যাগ কৰে৷ আন কেইবাগাৰকী বিধায়ক ক্ষোভিত বুলি জানিব পৰা যায়৷