63
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসম তথা দিল্লীত তীব্ৰ প্ৰতিবাদ হৈ থকাৰ মাজতে সোমবাৰে সন্ধিয়া গুৱাহাটীৰ ৰাজপথত কংগ্ৰেছেও জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল হৈ পৰা দিছপুৰৰ ৰাজপথত দেখা গ’ল হাতত জোঁৰ লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো৷